…….বৰষুণ, তাই-মই, আমি সদায় অহা-যোৱা কৰা বাছখন । বৰ গভীৰ সম্পৰ্ক আছিল নেকি বাৰু এইয়া আমাৰ মাজত ?……… মৰমৰ, বগা ৰঙটো খুউব প্ৰিয় ছাগে তোমাৰ ! এইযে শুকুলা মেঘবোৰে বৰণ সলাই নামি আহে এজাক বৰষুণ হৈ, কি যে আচৰিত ! তোমাক লগ পোৱা সময়খিনিতো বৰষুণে উপচি পৰিছিল চৌপাশ ।Continue reading “ভালপোৱাঃ- এক ভগ্ন হৃদয়ৰ গাথা”