আস ! সপোন ! তই আকৌ মেলিছ গজালি নন্দন বনৰ ফুলনি উভালি বিশ্ব-ব্ৰহ্মাণ্ডৰ কেন্দ্ৰটো আনি দিছ মোৰ কাষলৈ চুমিবলৈ দিছ কোমল ৰ’দালি । মোৰ ট্ৰেজেডীৰ ট্ৰেইনৰ পৰা নমাই কিয় খেদি দিছ মোক ? তোৰ শুকান দেশৰ বিষ্ঠাৰে ভৰা পখবোৰত কেনেকৈনো দোপ দি দি আগুৱাম ? কেনেকৈনো পামগৈ তাইৰ কাষ আঁঠু কাঢ়ি, অৱনমিত কৰি মস্তক তাইকContinue reading “মহাপাপীৰ সপোনবোৰ”
Daily Archives: 13 Feb 2019
প্ৰকৃতিৰ অন্য এখন ৰম্যভূমি- “দীপৰ বিল”
চেৰাপুঞ্জীৰ বুকুত
উকিয়ামৰ আন এক সৌন্দৰ্য্য
শ্ৰী নৈ(উকিয়াম)ৰ পাৰে পাৰে
উকিয়ামঃ ইক’ পাৰ্ক
প্ৰকৃতিৰ মাজত
শৰতৰ বতৰা
পুৱাৰ আলপৈচানত এজাক মৃদু বতাহে বুকু কঁপালে বহু দূৰত হিমাৰ্ত সমীৰণ । বিষাদ নমাই নাই নহয়, শীতেও কামোৰ মাৰিব পৰা নাই বুকুত । বৰ্ষাজাকে যাবলৈ ওলাইছে মাকৰ ঘৰলৈ বুলি তাইৰ কেইবামহীয়া ছুটীৰ আবেদন দাখিল কৰি, সেউজীয়া ধাননিৰে উপচি পৰিল দুবৰিত টোপ টোপ নিয়ৰৰ ফুল ফুলিল । বুকুত শৰতৰ মন্ত্ৰৰ গুণগুণনি উঠিল আহা শৰত আহা, তোমাকContinue reading “শৰতৰ বতৰা”