প্ৰতিধ্বনি হৃদয়ৰ

আজি বহুদিনৰ নীৰৱতাৰ অন্তত ওলাই আহিছো মোৰ সমাধিস্থ সপোনৰ অৱশিষ্ট বিচাৰি শূণ্য আকাশৰ তললৈ, ৰৈ থাকিলো দুহাত মেলি মুষলধাৰ বৰষুণজাকত, তুমি আকৌ আহিবা, সাবটি ল’বা মোক আৰু বৰষুণজাক কেনিবা গুচি যাব! সপোনত প্ৰায়েই দেখিছিলো নীলাফুলৰ বুকুত ম‌ই শুই পৰিছিলো চুৰিদাৰৰ দোপাট্টাখন সামৰি সুতৰি ল’ব শিকোতেই বহুদিন পাৰ হ’ল- এতিয়া নীলাফুল বিচাৰি হাবাথুৰি খাওঁ ক’তোৱেইচোন বিচাৰিContinue reading “প্ৰতিধ্বনি হৃদয়ৰ”

গেটৱেৰ বাকৰিত স্মৃতিৰ দলিচা

আকৌ এবাৰ ভূমুকিয়াইছো সেই দুটা বছৰত… দুখবোৰেই জীৱনৰ চিৰলগৰী, সুখবোৰ অতিথিহে, মাজে মাজে আহে । দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো বন্ধু হিচাপেContinue reading “গেটৱেৰ বাকৰিত স্মৃতিৰ দলিচা”

পৰশমণি

জীৱনৰ যাত্ৰা

shasmritaShopping

"life is as full as your imagination"

Virtual Environments: Is one life enough?

A record of the course delivered at Technological Univeristy Dublin

Travels from Ur

Reflections on the physical and spiritual journeys of life

nikuduwarah

My Writings, My own Thoughts...

গাজাৰী ডট কম ই-আলোচনী

অসমীয়া হাস্য, ব্যংগ, কৌতুক লেখনিৰে ভৰপূৰ এখন ই আলোচনী

জোনাক

"সংঘাতে-প্ৰতিঘাটে-জীৱনৰ হাটে-বাটে"

আলাপ-সংলাপ-অপালাপ™

"জীয়াই থাকিব খুজিলে নপলাবা। আহা, আমি এতিয়া মৃত্যু উদযাপন কৰোঁ।"

The Atavist Magazine

"সংঘাতে-প্ৰতিঘাটে-জীৱনৰ হাটে-বাটে"

Design a site like this with WordPress.com
Get started