…….বৰষুণ, তাই-মই, আমি সদায় অহা-যোৱা কৰা বাছখন । বৰ গভীৰ সম্পৰ্ক আছিল নেকি বাৰু এইয়া আমাৰ মাজত ?……… মৰমৰ, বগা ৰঙটো খুউব প্ৰিয় ছাগে তোমাৰ ! এইযে শুকুলা মেঘবোৰে বৰণ সলাই নামি আহে এজাক বৰষুণ হৈ, কি যে আচৰিত ! তোমাক লগ পোৱা সময়খিনিতো বৰষুণে উপচি পৰিছিল চৌপাশ ।Continue reading “ভালপোৱাঃ- এক ভগ্ন হৃদয়ৰ গাথা”
Monthly Archives: February 2019
উমিয়াম হ্ৰদ(বৰাপানী)
কল্পনাৰ উন্মাদনা
(গুৱাহাটী মহানগৰীত ভালপোৱাৰ এক কাল্পনিক অনুভৱ) স্বপ্ন ? ক’ত ? দুচকুত মৰম লৈ ওচৰ চাপিম তোমাৰ….. সময় কটাম দীঘলীপুখুৰী পাৰৰ সেউজ আবেষ্টনীত । সন্ধিয়াৰ ব্যস্ত মহানগৰীৰ এটা চুকত যেন দুটি উৰণীয়া মন ! প্ৰেম বলীয়া চঞ্চলা বতাহজাকেও কোলাহলৰ ওৰণি ঠেলি গুণগুণাব ফাগুণী মায়াৰ গান আৰু কৈ যাবহি প্ৰেমৰ বহুতো গুপুত কথা । তোমাৰ লাহি হাতৰContinue reading “কল্পনাৰ উন্মাদনা”
মহাপাপীৰ সপোনবোৰ
আস ! সপোন ! তই আকৌ মেলিছ গজালি নন্দন বনৰ ফুলনি উভালি বিশ্ব-ব্ৰহ্মাণ্ডৰ কেন্দ্ৰটো আনি দিছ মোৰ কাষলৈ চুমিবলৈ দিছ কোমল ৰ’দালি । মোৰ ট্ৰেজেডীৰ ট্ৰেইনৰ পৰা নমাই কিয় খেদি দিছ মোক ? তোৰ শুকান দেশৰ বিষ্ঠাৰে ভৰা পখবোৰত কেনেকৈনো দোপ দি দি আগুৱাম ? কেনেকৈনো পামগৈ তাইৰ কাষ আঁঠু কাঢ়ি, অৱনমিত কৰি মস্তক তাইকContinue reading “মহাপাপীৰ সপোনবোৰ”